ADRE 3.0 স্মাৰ্ট প্ৰস্তুতি বান্ডল
Prepare Smarter. Save More.
💙 AssamWorkলৈ আপোনাক আন্তৰিক স্বাগতম 🙏🏻
আপোনাৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ আৰু অধিক পৰিকল্পিতভাৱে প্ৰস্তুতি চলাবলৈ আপুনি সঠিক স্থানতে উপস্থিত হৈছে।
এই Bundle-ত কি কি পাব ?
✅ ADRE 1.0 আৰু ADRE 2.0ৰ সম্পূৰ্ণ সমাধানযুক্ত প্ৰশ্নকাকত — ২০২২ আৰু ২০২৪ চনৰ মুঠ ১০খন প্ৰশ্নকাকতৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰৰ লগতে চাৰিওটা বিকল্পৰ বিস্তৃত ব্যাখ্যা। প্ৰতিটো প্ৰশ্নতে Subject আৰু topic names টেগ কৰা হৈছে।
✅ বিষয়ভিত্তিক পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নৰ সংকলন (PYQ) — পূৰ্বৰ প্ৰশ্নসমূহ 13টা বিষয়ভিত্তিক অধ্যায়ত সুসংগঠিতভাৱে সজোৱা হৈছে, যাতে বিষয় অনুসৰি অধ্যয়ন আৰু পুনৰালোচনা সহজ হয়। প্ৰশ্নকাকতৰ প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰৰ লগতে চাৰিওটা বিকল্পৰ বিস্তৃত ব্যাখ্যা। প্ৰতিটো প্ৰশ্নতে Subject আৰু topic names টেগ কৰা হৈছে।
✅ পৰীক্ষা আৰু প্ৰশ্নৰ ধাৰা বিশ্লেষণ (Exam & Trend Analysis) — পূৰ্বৰ পৰীক্ষাত সোধা সকলো বিষয়, পুনৰাবৃত্তি হোৱা বিষয়, কোনবোৰ বিষয়ৰ পৰা অধিক প্ৰশ্ন আহিছিল, বিষয়ভিত্তিক গুৰুত্ব আৰু প্ৰশ্নৰ ধৰণৰ পৰিৱৰ্তন সম্পৰ্কে বিশদ বিশ্লেষণ আৰু প্ৰয়োজনীয় notes। জানেনে? - ADRE 1.0 ৰ পৰা ADRE 2.0 ত 30 টাতকৈ অধিক প্ৰশ্ন হুবহু একে আছিল।
এইটো ADRE 3.0 ৰ বাবে অন্যতম শক্তিশালী অধ্যয়ন সামগ্ৰী।
✅ ADRE 3.0ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা গুৰুত্বপূৰ্ণ নোটছ (High-Yield Notes) — পূৰ্বৰ প্ৰশ্ন, পৰীক্ষাৰ ধাৰা আৰু পাঠ্যক্ৰমৰ ভিত্তিত প্ৰস্তুত কৰা নোটছ। প্ৰতিটো বিষয়ত পূৰ্বৰ পৰীক্ষাত কি সোধা হৈছিল আৰু আগন্তুক ADRE 3.0ৰ বাবে কি কি পঢ়াত গুৰুত্ব দিব লাগে, সেই বিষয়ে আলোচনা কৰা হৈছে।
১৩টা বিষয়ৰ ওপৰত Notes: (Art & Culture, Economy, English, Geography, History, Literature, Maths, Polity, Reasoning, Science, Sports, Driving rules আৰু Miscellaneous)
✅ ২,৮০০ৰো অধিক বিশেষ অনুশীলনী MCQ — ADRE 1.0 আৰু ADRE 2.0ৰ প্ৰশ্নসমূহৰ ভুল উত্তৰৰ বিকল্পৰ পৰা প্ৰস্তুত কৰা অনুশীলনী প্ৰশ্ন। এই বিকল্পসমূহৰ সৈতে জড়িত ধাৰণাৰ পৰা ভৱিষ্যতৰ পৰীক্ষাতো প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে।
🎯 এইটো কোনো সাধাৰণ Study Package নহয়! ADREৰ প্ৰকৃত পৰীক্ষাৰ গভীৰ বিশ্লেষণৰ ভিত্তিত প্ৰস্তুত কৰা High-Yield Notes, যিয়ে আপোনাক অধিক লক্ষ্যভিত্তিক আৰু আত্মবিশ্বাসেৰে ADRE 3.0ৰ প্ৰস্তুতি চলোৱাত সহায় কৰিব।
এই সমগ্ৰ অধ্যয়ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আমাৰ ৬ মাহতকৈ অধিক সময় লাগিল।
আপুনি জানেনে, ADRE পৰীক্ষাত চাকৰি লাভ কৰাটো কিয় ইমান কঠিন?
আহক, এটা সহজ হিচাপৰ জৰিয়তে প্ৰতিযোগিতাৰ পৰিমাণ বুজি লওঁ।
ধৰি লওক, ২০ লাখ প্ৰাৰ্থীয়ে মাত্ৰ ১০,০০০–১৫,০০০টা চৰকাৰী পদৰ বাবে প্ৰতিযোগিতা কৰিছে।
অৰ্থাৎ, প্ৰতি ১,০০০ জন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৫–৮ জনেহে চাকৰি লাভ কৰিব পাৰে!
যেতিয়া লাখ লাখ প্ৰাৰ্থীয়ে একেবোৰ কিতাপ পঢ়িছে, একেধৰণৰ Notes মুখস্থ কৰিছে আৰু হাজাৰ হাজাৰ সাধাৰণ MCQ অনুশীলন কৰিছে, তেতিয়া আপোনাৰ প্ৰস্তুতি আনতকৈ পৃথক হ’ব কেনেকৈ?
কেৱল বেছিকৈ পঢ়িলেই নহ’ব। সঠিক কৌশলেৰে, গুৰুত্বপূৰ্ণ বিষয়বোৰ বুজি প্ৰস্তুতি চলোৱাটোও সমানেই জৰুৰী।
সেই উদ্দেশ্যেই AssamWork-এ প্ৰস্তুত কৰিছে ADRE 3.0 Ultimate Smart Preparation Bundle।
Sample চাওক:
(তৃতীয় আৰু চতুৰ্থ শ্ৰেণী দুয়োটাৰে বাবে উপযোগী)
Solved PYQs - ইয়াত চাওক
Subject wise PYQs - ইয়াত চাওক
Exam anlysis - ইয়াত চাওক
Subject Notes - ইয়াত চাওক
High Yielding MCQs - ইয়াত চাওক
এইবোৰ ADRE 3.0 ৰ বাবে অতি উচ্চ উৎপাদনশীল ।
AssamWork-ৰ এই Bundle আন Study Material-তকৈ কিয় পৃথক?
সাধাৰণ Study Material-ত আপুনি প্ৰশ্ন আৰু উত্তৰ পাব।
কিন্তু AssamWork-ত আপুনি জানিব পাৰিব—
কি প্ৰশ্ন আহিছিল → কিয় সেই উত্তৰটো শুদ্ধ → কোনবোৰ বিষয় বাৰে বাৰে আহিছে → প্ৰশ্নৰ ধাৰা কেনেদৰে সলনি হৈছে → ইয়াৰ পিছত কোনবোৰ সংশ্লিষ্ট বিষয় পঢ়া উচিত।
বিগত বৰ্ষৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰি Smart Notes, Trend Analysis আৰু Research-Based MCQ-লৈকে সকলো একেলগে সংযুক্ত।
এটা সম্পূৰ্ণ Preparation System। পাঁচটা বিশেষ Study Resource।
প্ৰতিযোগিতা কঠিন। গতিকে আপোনাৰ প্ৰস্তুতিও হ'ব লাগিব অধিক কৌশলগত।
ADRE 3.0-ত কিমান লাখ প্ৰাৰ্থীয়ে আবেদন কৰিব বা পৰীক্ষাত ঠিক কি প্ৰশ্ন আহিব, সেয়া আপোনাৰ নিয়ন্ত্ৰণত নাই।
কিন্তু আপুনি কেনেদৰে প্ৰস্তুতি চলাব, কোনবোৰ বিষয়ত অধিক গুৰুত্ব দিব আৰু নিজৰ সময় কেনেদৰে ব্যৱহাৰ কৰিব—সেয়া আপোনাৰ হাততেই আছে।
অপৰিকল্পিতভাৱে বিভিন্ন কিতাপ আৰু PDF সংগ্ৰহ কৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে, বিগত পৰীক্ষাৰ প্ৰশ্ন আৰু গৱেষণাভিত্তিক তথ্যৰ সহায়ত প্ৰস্তুতি আৰম্ভ কৰক।
ADRE 1.0-ৰ পৰা শিকক। ADRE 2.0-ৰ প্ৰশ্নৰ ধাৰা বুজক। ADRE 3.0-ৰ বাবে অধিক কৌশলগতভাৱে প্ৰস্তুত হওক।
AssamWork — কেৱল কঠোৰ পৰিশ্ৰম নহয়, সঠিক কৌশলেৰে প্ৰস্তুতি চলাওক।
📢 গুৰুত্বপূৰ্ণ জাননী — ডিজিটেল প্ৰডাক্ট
📚 এইটো এটা ডিজিটেল প্ৰডাক্ট। ইয়াৰ কোনো ছপা কিতাপ (Printed Book) বা ফিজিকেল কপি আপোনাৰ ঠিকনালৈ পঠিওৱা নহয়।
✅ পেমেণ্ট সফল হোৱাৰ লগে লগে আপোনাৰ স্ক্ৰীণত ডাউনলোড লিংক উপলব্ধ হ'ব। লগতে, আপুনি দিয়া ইমেইল ঠিকনালৈও ডাউনলোড লিংকসহ এটা ইমেইল পঠিওৱা হ'ব।
📧 বিশেষ অনুৰোধ: অৰ্ডাৰ কৰাৰ সময়ত আপোনাৰ ইমেইল ঠিকনাটো সঠিকভাৱে লিখিব আৰু পেমেণ্ট কৰাৰ আগতে পুনৰ এবাৰ পৰীক্ষা কৰি ল'ব, যাতে ডাউনলোড লিংক লাভ কৰাত কোনো অসুবিধা নহয়।
🤝 ক্ৰয় কৰাৰ পিছতো আমি আপোনাৰ সহায়ৰ বাবে সদায় সাজু। ডাউনলোড, ফাইল খোলা বা আন যিকোনো সমস্যাৰ সন্মুখীন হ'লে আপোনাৰ সুবিধা অনুসৰি Live Chat, WhatsApp অথবা Emailৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে।
💙 AssamWork — আপোনাৰ সফলতাৰ লক্ষ্যত, প্ৰস্তুতিৰ প্ৰতিটো খোজত।
Simple. Instant. Digital.
Everything is delivered electronically after successful payment.
Instant Access
Get your study materials immediately after successful payment.
Delivered by Email
Your download link is also sent to your registered email address. We do not ship physical books.
Secure Checkout
Complete your purchase through our secure online payment system.
Need Help? We're Here for You.
Have a question about this product, payment or digital delivery? Choose your preferred support option below.